assam gk questions answers | assam gk assamese | Assam history MCQs | GK of Assam Culture | General Knowledge questions in assamese | Ahom Dynasty | Assam History GK | history of assam for competitive exam | Assam History GK Questions and Answers |

120 Assam Quiz In Assamese | অসম কুইজ | Assam Q&A

/
/
120 Assam Quiz In Assamese | অসম কুইজ | Assam Q&A

Table of Contents

Assam Quiz In Assamese | অসম কুইজ | Assam Q&A

  1. Q: অসমৰ পুৰণি নাম কি?
    Ans: কামৰূপ
  2. Q: প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি ?
    Ans: ৰত্নপীঠ, কামপীঠ, স্ৱৰ্ণপিঠ আৰু সৌমাৰ পিঠ
  3. Q: বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায়?
    Ans: ৰঘুনাথ চৌধীৰীক
  4. Q: অসমীযা ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
    Ans: হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত'
  5. Q: ইংৰাজৰ পৰা ‘ছাৰ' উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
    Ans: ছাৰ চৈয়দ চাদুল্লা
  6. Q: সাহিত্য অকাডমী বঁটা লাভ কৰা ‘ককাদেউতাৰ হাড় ‘ পুথিখনৰ লেখক কোন?
    Ans: নৱকান্ত বৰুৱা
  7. Q: সংস্কৃতৰ পৰা অসমীয়ালৈ অনৃদিত হোৱা প্ৰথম নাটকখন কি আছিল?
    Ans: শকুন্তলা (লম্বোদৰ বৰা)
  8. Q: অসমৰ প্ৰথম চনেট কবি কোন আছিল?
    Ans: হেমচন্দ্ৰ গোস্বামী
  9. Q: প্ৰাক্ বৈষ্টৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?
    Ans: মাধব কন্দলি আৰু হেম সৰস্বতী
  10. Q: শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?
    Ans: মাধৱদেৱ
  11. Q: অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
    Ans: 1948 চনত (গুৱাহাটী)
  12. Q: প্ৰথম অসমীয়া অনাতাঁৰ নাত?
    Ans: বীন বৰাগীয
  13. Q: ‘বাঁহী' ৰ প্ৰথম সম্পদক কোন আছিল?
    Ans: লক্ষ্মণাথ বেজৱ
  1. Q: শৌৰ্য আব্দুল মালিক মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?
    Ans: প্ৰেম অমৃতৰ নদী
  2. Q: অসম সাহিত্য সভাৰ প্ৰতীতটো কোনে আঁকিছিল?
    Ans: যুগল দাসে
  3. Q: প্ৰথম অসমীয়া সংহীত সাধনাৰ পুথিখনৰ নাম কি?
    Ans: সংগীত কোষ
  4. Q: লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
    Ans: ‘মানুহ বিচাৰি' নামৰ পুথিৰ বাবে
  5. Q: ‘আৱাহন' ৰ প্রথম সম্পাদক কোন আছিল?
    Ans: দীননাথ শৰ্মা
  6. Q: অসমীয়া ভাষাত প্ৰথম ব্যাকৰন ৰচোঁতা কোন আছিল?
    Ans: রবিন্সন (১৮৯৩ খ্ৰীঃ)
  7. Q: অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোতিয়াৰ পৰা হয় ?
    Ans: ‘জোনাকী' কাকত ওলোৱাৰ পৰ
  8. Q: অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?
    Ans: শ্ৰীমন্ত শংকৰদেৱ
  9. Q: সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ‘ৰং মিলিৰ হাঁহি ‘ উপন্যাসখনৰ ৰচক কোন?
    Ans: ৰংবং তেৰাং
  10. Q: শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি?
    Ans: কীৰ্ত্তন ঘোষা
  11. Q: অসমৰ শক্ষাৰ স্তৰ কেইটা আৰু কি কি ?
    Ans: তিনিতা- (১) প্ৰথমিক (২) মাধ্যমিক আৰু (৩) উচ্চ শিক্ষ
  12. Q: অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
    Ans: চন্দ্ৰকান্ত অভিধান (১৯৩৩)
  13. Q: বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি ?
    Ans: জয়ভদ্ৰ হাগজে
  14. Q: বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
    Ans: ১৯৫৫ চনৰ ১৬ নৱেম্বৰত
  15. Q: অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?
    Ans: ‘ল'ৰাবন্ধু' (১৮৮৮), সম্পাদক ঃ কৰুণাভিৰাম বৰুৱা
  16. Q: প্ৰথম অসমীয়া গল্প সংকলন কোন ?
    Ans: লক্ষ্মীনাথ বেজবৰুৱা
  17. Q: প্রথম কথা-কবিতাৰ ৰচক কোন আছিল?
    Ans: যতীন্দ্ৰনাথ দুৱাৰ
  18. Q: অসমৰ প্ৰথম মহিলা আলোচনী কী ?
    Ans: ‘ঘৰ জেউতি' (১৯২৭) সম্পাদক কমলালয় কাকতি
  19. Q: অসমীযা ৰোমপান্টিক সাহিত্য গুৰি ধৰোঁতা কোন ?
    Ans: চন্দ্ৰকুমাৰ আগৰৱালা
  20. Q: প্রথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম কি ?
    Ans: অৰুনোদই (১৯৪৬-১৮৮২) সম্পদক ড ঃনাথান ব্ৰাউন
  21. Q: অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰিকাকতখনৰ নাম কৰি ?
    Ans: ‘দৈনিক বাতৰি' (১৯৩৫-৩৬), সম্পাদক ঃ নীলমণি ফুকন
  22. Q: অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্রথম ব্যক্তি কোন ?
    Ans: হেমচন্দ্ৰ বৰুৱা
  23. Q: ‘অসমীয়া ভাষা-উন্নতি সাধিনী সভা'ৰ জন্ম কেতিয়া হৈছিল?
    Ans: ১৮৮৮ চনৰ ২৫ আগস্স্টত, কলিকতাত
  24. Q: সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্ৰাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি?
    Ans: সুগন্ধি পখিলা
  25. Q: অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি ?
    Ans: আছাম ট্ৰিবিউন (১৯৪৬), প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন
  26. Q: ‘সাহিত্য অকাডেমী'পুৰস্কাৰ লাভ কৰা প্রথম অসমীয়া গল্প সংকলনখৰনৰ লাম কি?
    Ans: সৌৰভ কুমাৰ চিলিহাৰ ‘গোলাপ'
  27. Q: অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি?
    Ans: বিন্দু
  28. Q: কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল?
    Ans: যাদুৰাম ডেকা বৰুৱাই
  29. Q: কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰিকাকত?
    Ans: ‘উৰুলি'
  30. Q: প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
    Ans: বাইবেল ।(১৮১৩ চনত ছপা হয় )
  31. Q: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি
    Ans: ‘লুইতৰ পাৰৰ অগ্নিসুৰ'
  32. Q: অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেক্তী কোন ?
    Ans: নলিনীবালা দেৱী
  33. Q: আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল?
    Ans: ‘অৰুণোদয়' যুûগৰ এজন বিখ্যাত লিখক
  34. Q: অসমীয়া ভাষাত প্রথম ব্যঈ আলোচনীখনৰ ৱনাম কি?
    Ans: ‘কটুন'
  35. Q: ৰঘুনাথ চোধাৰীৰ ৰথা কবিতা গ্ৰন্থখনৰ নাম কি ?
    Ans: নৱমল্লিকা
  36. Q: দেৱকান্ত বৰুৱাৰ একমাক্ত কবিতা পুখনৰ নাম কি?
    Ans: ‘সলাগৰ দেখিছা'
  37. Q: কাক অসমীয়া ব্যাস বুলি কোৱা হয় ?
    Ans: ৰাম সৰস্বতী
  38. Q: ‘জোনাকী' ৰ প্ৰথম সম্পাদক কোন আছিল?
    Ans: চন্দ্ৰকুমাৰ আগৰৱালা
  39. Q: ‘অনুৰাধাৰ দেশ ‘ উপন্যাসখন কোনে ৰচনা কৰিছিল?
    Ans: ফণীন্দ্ৰ কুমাৰ দেৱ চোধুৰীয়ে
  40. Q: ‘পৃথিৱীৰ অসুখ' নামৰ গল্প পুথিখন কোনে লিখিছিল?
    Ans: যোগেশ দাসে (সাহিত্য আকাডেমী বঁটাৰে পুৰস্কৃত)
  41. Q: ‘সোনৰ খাৰু নালাগে মোক ‘ নামৰ উপন্যাসৰ লেখক কোন ?
    Ans: দীৰেণ বৰুৱা
  42. Q: ‘ৰামধেনু ‘ আলোচনীৰ সম্পাদক কোন আছিল?
    Ans: মহেশ্বৰ নেত্তগ, বীৰেন্দ্ৰ কুমাব় ভট্ৰাচায, ৰাধিকা মোহন ভগৱতী
  43. Q: অসমৰ ‘সাহিত্যৰথী' কোন?
    Ans: লক্ষ্মীনাথ বেজবৰুৱা
  44. Q: অসমীযা নাট্য সাহিত্যৰ জন কোন? তেত্তঁৰ প্ৰথম নাটক খনৰ নাম কি ?
    Ans: শ্ৰীমন্ত শংকৰদেৱ। নাটকখনৰ নাম ‘চিহ্নযাএা'
  45. Q: অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল ?
    Ans: মেভিচ ডন
  46. Q: অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ?
    Ans: ১৯৪৮ চনত গুৱাহাটী হাই কোট স্থাপিত হয়
  47. Q: অসম বিধানসভাৰ আসন কেইকন ?
    Ans: ১২৬ খন
  48. Q: অসমৰ লোকসভাৰ আসন কেইখন?
    Ans: ১৪ খন
  49. Q: কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয় ?
    Ans: ১৯৭০ চনত
  50. Q: নুমুলীগড় শোধানাগাৰৰ ধাৰনা ক্ষমতা (Installed capacity) আৰু মুঠ ব্যয়ৰ পৰিমান কিমান?
    Ans: ৩ মিতাৰ টন ধাৰন ক্ষমতা আৰু মুঠ ব্যয়ৰ পৰিমান ২,৩৫০ কোটি টকা
  51. Q: হাতীদাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি ?
    Ans: বৰপেটা
  52. Q: অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি ?
    Ans: ধুবুৰী জিলাৰ মহামায়া পাহাৰ
  53. Q: অসমৰ প্ৰথমটো তেল শোধানাগাৰ কেতিয়া ক'ত স্থাপিত কৰা হৈছিল ?
    Ans: ১৯০১ চনত ডিগবৈত
  54. Q: কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয় ?
    Ans: মদন কামদেৱ দেৱালয় (বাইহাটা চাৰিআলি)
  55. Q: অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা গৰাকী কোন ?
    Ans: বনেলি খং মেন
  56. Q: প্ৰথম ভ্ৰাম্যমণ থিয়েটাৰ খন কি?
    Ans: নটৰাজ থিয়েটাৰ
  57. Q: প্ৰথম অসমীয়া চলচ্চিএ পৰিচালক কোন ?
    Ans: জ্যোতি প্ৰসাদ আগৰৱালা
  58. Q: প্ৰথম অসমীয়া ৰঙীন ছবি কি?
    Ans: ভাইটি (১৯৭২)
  59. Q: প্ৰথম অসমীয়া শিশু চলচিএ খনৰ নাম কি ?
    Ans: অবুজ বেদনা (১৯৯৩)
  60. Q: অসমৰ প্ৰথম দূৰদশন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
    Ans: ১৯৮৫ চনত
  61. Q: বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন কোন?
    Ans: প্ৰমথেশ বৰুৱা (ছবি দেৱদাস)
  62. Q: অসমৰ প্ৰথম অঁনাতাৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?
    Ans: ১৯৪৮ চনত
  63. Q: ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি কি আছিল ?
    Ans: ইটো সিটো বহুতো
  64. Q: প্ৰথম অসমীয়া কথাছবিৰ নায়িকা গৰাকী কোন আছিল ?
    Ans: আইদেউ সন্দিকৈ প্রথম অসমীয়া কথাছবি জয়মতীৰ নায়িকা আছিল ?
  65. Q: অভিনেতা বিজু ফুকনৰ প্ৰথম ছবি কি ?
    Ans: বৰুৱাৰ সংসাৰ
  66. Q: তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি ?
    Ans: ১৯৮৪ চনত কৰা “সেন্দূৰ”
  67. Q: অসমৰ প্রথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল?
    Ans: ১৯৪০ চনত
  1. Q: হিন্দী পৰা অসমীয়ালৈ ভাষান্তৰ কৰা প্রথম ছবি কি?
    Ans: ভাগ্য
  2. Q: প্ৰমথেশ বৰুৱা পৰিচালিত প্ৰথম চলচ্চিএ কি ?
    Ans: দেৱদাস (বঙালী)
  3. Q: প্রথম অসমীয়া চলচিএ নিমান কোনে কৰিছিল ?
    Ans: জ্যোতি প্ৰসাদ আগৰৱালা
  4. Q: মহিলা পৰিচালকৰ পৰিচালাকা প্ৰথম অসমীয়া চলচ্চিএ খনৰ নাম কি?
    Ans: নয়নমণি
  5. Q: প্রথম অসমীয়া চিনেমাস্কোপ ছবি কনৰ নাম কি?
    Ans: জীৱন সুৰভি
  6. Q: প্রথম অসমীয়া চলচ্চিএ কি ?
    Ans: জয়মতী (১৯৩৫)
  7. Q: প্রথম অসমীয়া আংশিক ৰঙীন ছবি কি ?
    Ans: শকুন্তলা (১৯৬১)
  8. Q: জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হয় ?
    Ans: ১৯৬৮ চনত
  9. Q: দূৰদৰ্শনত সম্প্ৰচাৰিত প্রথম অসমীয়া ছবিখন কি?
    Ans: বৃষ্টি
  10. Q: স্বৰ্ণকমল বঁটা পোৱা প্রথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?
    Ans: হালধীয়া চৰাইয়ে বাও ধান খায় (১৯৮৭)
  11. Q: বিদেশত প্ৰদৰ্শিত প্রথম অসমীয়া ছবি কো ?
    Ans: পূবেৰুণ (১৯৫৯ চনত বাৰ্লিনত প্ৰদৰ্শিত হয়)
  12. Q: “অসমৰ মানচেষ্টাৰ” বুলি কোনখন ঠাইক কোৱা হয়?
    Ans: শুৱালকুছিক
  13. Q: অসমত মঞ্চৰ জন্মদাতা কোন ?
    Ans: শ্ৰীমন্ত শংকৰদেৱ
  14. Q: আহোমসকলে অসমলৈ কেতিয়া আহিছিল ?
    Ans: ১২২৮ চনত
  15. Q: আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ?
    Ans: চৰাইদেউ
  16. Q: অসমৰ ৰাজধানী শ্বিলঙৰ কেতিয়া পাতে ?
    Ans: ১৯৬৮ চনত
  17. Q: চুকাফা কোন চনত ৰাজপাটত উথে ?
    Ans: ১২২৮ চনত
  18. Q: অসমলৈ মানসকলক কোনে আনিছিল?
    Ans: বদন বৰফুকনে
  19. Q: অসমৰ ৰ্সবপ্ৰথম বুৰঞ্জী কোনে আনিছিল ?
    Ans: আহোমসকলে
  20. Q: মুছলমানে প্রথম অসম আক্ৰমন কেতিয়া কৰিছিল ?
    Ans: ১২০৬ চনত
  21. Q: শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
    Ans: চক্ৰধবজ সিংহৰ দিনত
  22. Q: মুছলমানৰ শেষ আক্ৰমন কাৰ দিনত হৈছিল ?
    Ans: গদাধৰ সিংহৰ দিনত
  23. Q: কাৰ দিনত চীন পৰিব্ৰাজক হাউৱেন চাং অসমলৈ আহহিছিল ?
    Ans: কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত
  24. Q: কোঁচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
    Ans: নৰনাৰায়ণ
  25. Q: আহোমসকলে অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল ?
    Ans: কোঁচ ৰজাই ৰাজত্ব কৰিছিল
  26. Q: আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?
    Ans: চুলিকফা বা ল'ৰা ৰজা (রত্নধবজ সিংহ)
  27. Q: স্বৰ্গদাউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল ?
    Ans: লাইকোঁৱৰ (চুখ্ৰামফা ১৬১৯-১৭১৪)
  28. Q: অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি?
    Ans: পদ্মনাথ গোহাঞি বৰুৱা
  29. Q: অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি?
    Ans: অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯১২), দেবেন্দ্ৰনাথ বেজবৰুৱা
  30. Q: আধুনীাক যুগৰ প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?
    Ans: ‘ভানুমতী ‘, পদ্মনাথ গোহাঞিবৰুৱা
  31. Q: অসমৰ “উপন্যাস সম্ৰাট” কোন ?
    Ans: ৰজনীকান্ত বৰদলৈ
  32. Q: প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ?
    Ans: ধৰ্ম পুস্তক (১৮১৩), আত্মাৰাম শৰ্মা
  33. Q: প্রথম কথা-কবিতাৰ ৰচক কোন ?
    Ans: যতীন্দ্ৰনাথ দুৱাৰ
  34. Q: সৰ্বপ্ৰথম অসমীয়া ডি. লিট. কোন ?
    Ans: সূৰ্য কুমাৰ ভূঞা
  35. Q: এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা অসমীয়া জনকোন ?
    Ans: ভোগেশ্বৰ বৰুৱা (১৯৬৬)
  36. Q: অসমীয়া ভাষাত নাটক অভিনয় কৰা প্ৰথম নাট্যদল কোন ?
    Ans: পাঠশালা থিয়েটাৰ পাৰ্টি
  37. Q: নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকোঁ নিৰ্মান কৰিছিল ?
    Ans: মহাৰাজ ৰুদ্ৰসিংহই
  38. Q: কোনজন আহোম ৰজাৰ দিনত মোৱামৰিয়া বিদ্ৰোহ হৈছিল ?
    Ans: স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত
  39. Q: সৰ্বপ্ৰথম মেডিকেল কলেজ ক'ত আছে ?
    Ans: অসম মেডিকেল কলেজ , ডিব্ৰুগড়
  40. Q: কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষনা কৰিছিল ?
    Ans: গোমধৰ কোঁৰে

Search what you are looking for...

Search For Questions, MCQ, Jobs, Topics, General knowledge, etc.